চাৰ্ভাৰ কি হয়? Server definition in Assamese

Server definition চাৰ্ভাৰ কি হয়? চাৰ্ভাৰ (Server) হ’ল এটা চফ্টৱেৰ বা হাৰ্ডৱেৰ ডিভাইচ য’ত কোনো নেটৱৰ্কৰ মাধ্যমত কৰা অনুৰোধ(request) গ্ৰহণ (accept) আৰু প্ৰতিক্ৰিয়া(response) পঠিওৱা হয়। যিটো ডিভাইচৰ পৰা অনুৰোধ (request) তথা প্ৰতিক্ৰিয়া (response) পঠিওৱা হয়  তাক উপভোক্তা (client) বোলা হয়। ইন্টাৰনেটত ‘চাৰ্ভাৰ’ শব্দটো সাধাৰণতে কম্পিউটাৰ চিষ্টেমক বুজোৱা হয় য’ত এটা ৱেবছাইটৰ তথ্য (Data)  সমূহৰ স্হানান্তৰ  (transfer) […]